মহানগৰীত থকা ৰেস্তোৰাঁ সমূহৰ প্ৰায় কেইখনলৈ আপুনি নিশ্চয় গৈছে । আজি আমি দেখুওৱাম গুৱাহাটী ৰে'লৱে ষ্টেচনৰ প্ৰবেশদ্বাৰতে থকা এক অভিনৱ পদ্ধতিৰে নিৰ্মাণ কৰা এখন বিশেষ ৰেস্তোৰাঁ। ৰে'ল বিভাগৰ এক ব্যতিক্ৰম পদক্ষেপ এইখন ৰেস্তোৰাঁ। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ এটা পৰিত্যক্ত ডবাৰ পৰা এজন ব্যক্তিয়ে সুন্দৰকৈ নিৰ্মাণ কৰিছে "Cafe Golden Feast" । য'ত আপুনি লাভ কৰিব মন পছন্দৰ বিভিন্ন সুস্বাদু খাদ্য। ইয়াৰ স্বতাধিকাৰী নিতেশ পাণ্ডেই এই ৰেস্তোৰাঁখনৰ বিষয়ে কি কৈছিল চাওঁক এই প্ৰতিবেদন ।
ALSO READ: গ‘ড্ৰেজৰ নয়ডা প্ৰকল্প, ২ হাজাৰ কোটি টকাৰ ফ্লেট এমাহত বিক্ৰী