উদ্যমী মহিলাসকলক আৰু এখোজ আগ বাঢ়ি যাবৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। বহু জনপ্ৰিয় প্ৰতিষ্ঠানৰ প্ৰশিক্ষক তথা সমল ব্যক্তিয়ে তেওঁলোকক ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে প্ৰশিক্ষণ দিয়ে । NEHHDC টো এইধৰণৰ পদক্ষেপ লোৱা হৈছে ।
Indian Institute of Entrepreneurship ৰ এজন প্ৰশিক্ষক জিতেন চন্দ্ৰ কলিতাই কি কয় শুনক।
ALSO READ: চেন্নাই মেট্ৰ’ ৰে’লৰ পৰা ৩,৬৫৮ কোটি টকাৰ চুক্তি লাভ কৰিছে বিইএমএলে