অসম সাহিত্য সভাৰ লগতে বড়ো সাহিত্য সভাৰ ক্ষেত্ৰত অসম চৰকাৰে আগবঢ়াই আহিছে আৰ্থিক অনুদান ।
বড়ো সাহিত্য সভালৈ প্ৰতি বছৰে ৫ কোটি টকা অসম চৰকাৰে আগবঢ়াই ।
ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানৰ পৰাও লাভ কৰে আৰ্থিক সাহাৰ্য।
ALSO READ: অসমৰ Cultural Mapping Project ৰ জৰিয়তে সংস্কৃতিৰ লগতে হ'ব অৰ্থনৈতিক বিকাশ
বড়ো সাহিত্য সভা আগবঢ়াই নিয়াৰ লগতে বড়ো যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰো ব্যৱস্থা কৰি অহা হৈছে বুলি মন্তব্য কৰে বড়ো সাহিত্যৰ বিখ্যাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত লেখক, সমালোচক টেৰণ বড়োৱে। তেওঁ এই প্ৰসংগত আৰু কি কি কৈছিল শুনক ।