newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰী কি এই BIKALPA চাওঁ আহক

Darshana Borah , March 28, 2025
Spread the love
Share on Twitter

আজিকালি স্বাৱলম্বী হ'বলৈ প্ৰত্যেক গৰাকী মহিলাই সৰুকৈ হ'লেও কিবা এটা কৰি আৰ্থিক উন্নয়নৰ লক্ষ্য লোৱা দেখা যায় । ইয়াৰ উপৰিও চৰকাৰী ভাৱে পোৱা আৰ্থিক অনুদানবোৰৰ জৰিয়তেও তেওঁলোকে সপোন বাস্তৱ কৰাৰ সুবিধা পাইছে । 


লক ডাউনৰ সময়ত আৰম্ভ কৰা এটা কম্পেনী হৈছে BIKALPA । প্ৰতিষ্ঠাপক বিপাশা শৰ্মাই বিজনেছ নৰ্থ ইষ্টৰ আগত বৰ্ণনা কৰা অনুসৰি সম্পূৰ্ণ প্ৰাকৃতিক উপাদানৰ পৰা তৈয়াৰী এই বিভিন্ন ধৰনৰ সামগ্ৰী, যেনে: ব্ৰাছ, চাবোন, পাৰফিউম ইত্যাদি নিত্য ব্যৱহাৰ্য সামগ্ৰী উপলব্ধ এই BIKALPA ব্ৰেণ্ডত । চাওঁক তেওঁ কি কয়।

ALSO READ: ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্কৰ প্ৰভাৱ কিয় কম হ’ব? মৰ্গান ষ্টেনলীয়ে প্ৰতিবেদনত এইদৰে কয়