newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

১২ গৰাকী মহিলা উদ্যমীক লৈ 'মাতৃ দিৱস' উপলক্ষ্যে মহানগৰীৰ অ'ৰচ মলত Artscape Gallery ৰ মহা আয়োজন

Darshana Borah , May 12, 2024
Spread the love
Share on Twitter

আজি মাতৃ দিৱস। মা মমতাময়ী; মা সাহস, প্ৰেৰণাৰ প্ৰতীক। ' মা ' শব্দটোতেই লুকাই আছে ত্যাগ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাতৃ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে । গুৱাহাটী মহানগৰীৰ অ'ৰচ মলত Artscape Gallery ৰ উদ্যোগত মাতৃ দিৱসৰ আয়োজন কৰা হৈছে । য'ত উপস্থিত আছিল ৰাজ্যৰ ১২ গৰাকীকৈ মহিলা Entrepreneur । মুখ্য আয়োজক কাৱেৰী বানিক্যই আঁত ধৰা এই অনুষ্ঠানত অ'ৰচ মলৰ স্বত্বাধিকাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে । এই অনুষ্ঠানত প্ৰতিগৰাকী মহিলা উদ্যমীয়ে তেওঁলোকৰ ব্যৱসায়ৰ যাত্ৰাৰ ওপৰত ভাষণ প্ৰদান কৰে ।