newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে NPS- বাৎসল্য আঁচনি

Darshana Borah , September 19, 2024
Spread the love

বিত্তমন্ত্ৰী নিৰ্মলা সীতা ৰমণে নতুন দিল্লীত মুকলি কৰে NPS- বাৎসল্য আঁচনি। ডাকঘৰ তথা বেংক সমূহলৈ গৈ অভিভাৱকসকলে NPS- বাৎসল্যৰ সদস্যতা ল'ব পাৰিব । এই আঁচনিখনৰ জৰিয়তে অভিভাৱক সকলে বছৰি নিজৰ সন্তানৰ নামত নূন্যতম ১০০০ টকা বিনিয়োগ কৰিব পাৰিব বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।