newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আপোনাক নিৰাশ নকৰে Urban We Livelihood য়ে। এতিয়া গুৱাহাটীত সহজেই উপলব্ধ ঘৰুৱা সহায়কাৰীৰ

Darshana Borah , January 6, 2024
Spread the love
Share on Twitter

গুৱাহাটী: আপোনাৰ ঘৰত কাম কৰা তথা সহায়কাৰী পুৰুষ বা মহিলা বিচাৰি হাহাকাৰ কৰিছে নেকি ? Urban We Livelihood য়ে আপোনাক কেতিয়াও নিৰাশ নকৰে । 

গুৱাহাটীৰ হেঙেৰাবাৰীত থকা এই প্ৰতিষ্ঠানটোৱে গুৱাহাটীবাসীক যোগান ধৰি আহিছে ঘৰুৱা সহায়কাৰী।

বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক সাক্ষৎকাৰত Urban We Livelihood ৰ প্ৰতিষ্ঠাপক ভাস্কৰ শৰ্মাই কয় যে, এই কোম্পানীটোৱে ঘৰত সহায়কাৰী মহিলা-পুৰুষৰ লগতে শিশুৰ কেয়াৰ টেকাৰ, বৃদ্ধ লোকক চোৱা-চিতা কৰা ব্যক্তি যোগান ধৰে । ২০১৮ চনৰ তেওঁলোকে এই কাম কৰি আহিছে যদিও কভিডৰ সময়ত কিছু স্থবিৰ হৈছিল ।

তাৰ পিছতো এতিয়াও তেওঁলোকে যোগান ধৰি আহিছে গুৱাহাটীবাসীক আপুনি বিচাৰি ফুৰা সহায়কাৰী । চাওঁক এই প্ৰতিবেদন

ALSO READ: Kolkata-Based NGO to Drive US-Backed Initiative for Women Entrepreneurs in Tripura