newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰদুষণৰ মাত্ৰা ।

Darshana Borah , November 30, 2024
Spread the love
Share on Twitter

ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰদুষণৰ মাত্ৰা । লগতে গোলকীয় উত্তাপ বৃদ্ধিয়েও প্ৰভাৱ পেলাইছে পৰিৱেশৰ ওপৰত । গাড়ী মটৰ সমূহত পেট্ৰ'লৰ লগতে ইথানল ব্যৱহাৰ কৰাৰ বাবে হাহাকাৰ অৱস্থাৰো সৃষ্টি হৈছে ।

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই Administrative Stuff College ত হোৱা Pollution Control Board ৰ এক অনুষ্ঠানত বিজনেছ নৰ্থ ইষ্টৰ আগত কয় যে জৈৱ ইন্ধনৰ যোগেদি প্ৰদুষণৰ মাত্ৰা বহু পৰিমাণে কম কৰিব পাৰি । লগতে ইন্ধনৰ বিকল্প হিচাপেও জৈৱ ইন্ধন তথা Bio Fuel ব্যৱহাৰ কৰিব পাৰি । অৰ্থনৈতিক দিশটোতো জৈৱ ইন্ধনৰ বিশেষ গুৰুত্ব আছে । ভাৰতৰ লগতে আন বহু দেশেও জৈৱ ইন্ধনক বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰি আহিছে । চাওঁক তেওঁৰ মন্তব্য ।