মহানগৰীৰ ৰাজগড় বিহুতলি ফিল্ডত অনুষ্ঠিত হৈছে 'North East Women Entrepreneurs Society ' উদ্যোগত ' মাঘৰ ধেমালি ' নামেৰে প্ৰদৰ্শনী আৰু বিক্ৰী মেলা । এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লচাই। ইয়াৰ উপৰিও বহু কেইগৰাকী মহিলা উদ্যমীয়ে এই মেলাত নিজৰ বিপনী দি ব্যৱসায় আগবঢ়াইছে। ভোগালী বিহুৰ প্ৰাক ক্ষণত অনুষ্ঠিত হোৱা এনেধৰনৰ মেলাৰ জৰিয়তে ক্ষুদ্ৰ ক্ষুদ্ৰ মহিলা ব্যৱসায়ী সকল উপকৃত হ'ব পাৰিব বুলি Secretary মৌচুমী বৰাই উল্লেখ কৰে ।
বিভিন্ন ধৰণৰ লাৰু - পিঠা, আচাৰ, সাজ পাৰৰ বহু বিপনী উপলব্ধ হৈছে এই মেলাত । চাওঁক এই বিশেষ প্ৰতিবেদন ।
ALSO READ: কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত ৫০,০০০ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ