newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

Nedfi ত অনুষ্ঠিত হৈছে Indian Chamber of Commerce ৰ বিশেষ Summit

Darshana Borah , October 25, 2024
Spread the love
Share on Twitter

Banking & Finance Summit ত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হৈছে ।

Nedfi ত অনুষ্ঠিত হৈছে Indian Chamber of Commerce ৰ বিশেষ Summit . ICC ৰ চেয়াৰমেন শৰৎ কুমাৰ জৈনে বেংক আৰু ঋণৰ ওপৰত বিজনেছ নৰ্থ ইষ্টক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।