newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কৃষকৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ বজাৰ বিপণন ক্ষেত্ৰ: এক বিশ্লেষণ

Darshana Borah , April 28, 2025
Spread the love
Share on Twitter

গুৱাহাটী বিপণন ক্ষেত্ৰই অৰ্থনৈতিক দিশত কৃষক সকলক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে ।


অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ বকো, ছয়গাঁৱৰ পৰা কৃষক সকলে তেওঁলোকৰ থলুৱা উৎপাদিত কৃষিজাত সামগ্রী বিক্ৰী কৰিবলৈ আহে। ৰাসায়নিক সাৰযুক্ত শাক- পাচলিৰ পৰিৱৰ্তে তেওঁলোকে সাৰ নিদিয়াকৈ কৰা খেতিৰ ফচল বিক্ৰী কৰে বুলি বিজনেছ নৰ্থ ইষ্টক জানিবলৈ দিয়ে ।

ALSO READ: বসুন্ধৰা চাহ উদ্যোগে ২০২৫ চনত নতুন ক্ৰেতা আৰু ৰপ্তানিকাৰীৰ সৈতে সংযোগ কৰে।

ইয়াৰ উপৰিও সাৰ নিদিয়াকৈ কৰা মালভোগ কলৰ খেতিৰ পৰাও তেওঁলোকৰ বহু পৰিমাণে লাভ হৈছে বুলি এজন কৃষকে মন্তব্য কৰে । চাওঁক এই বিশেষ প্ৰতিবেদন ।