newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বাজেট ঘোষণাৰ পিছতেই ৩০০০ ৰ পৰা ৪০০০ পৰ্যন্ত কমিল সোণৰ দাম

Darshana Borah , July 24, 2024
Spread the love

মঙ্গলবাৰে ৪ টা মূল লক্ষ্যৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ঘোষণা কৰে । বাজেটত উল্লেখ থকা অনুসৰি ৬% কমিব সোণ আৰু ৰূপৰ দাম ।

আনহাতে ৬.৪% কমিব প্লেটিনামৰ দাম । বিজনেছ নৰ্থ ইষ্টে মহানগৰীৰ Manik Chand Jewellery ৰ মেনেজাৰৰ লগত হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে বাজেট ঘোষণাৰ ২-৩ ঘণ্টাৰ পিছতেই ২০০০-৩০০০ টকা কমিছে সোণৰ দাম । ইয়াৰ উপৰিও ৫০০০-৬০০০ টকালৈকে সোণৰ দাম কমাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে। লগতে কিছু হ'লেও সকাহ দিছে গ্ৰাহকক। চাওঁক এই প্ৰতিবেদন