newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বছৰি ৩৫ লাখৰ ব্যৱসায়ৰে বিভিন্ন ৰাজ্যৰ লগতে বিশ্বৰ বজাৰতো জনপ্ৰিয় 'ECONIC'

Darshana Borah , August 17, 2024
Spread the love

নিজৰ ব্যৱসায়ৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকি উঠিছে এগৰাকী মহিলা । আপুনি মই দেখা বিভিন্ন ধৰণৰ মেখেলা চাদৰতকৈ পৃথকভাবে তেওঁ প্ৰস্তুত কৰে বিভিন্ন মেখেলা চাদৰ, শাৰীৰ লগতে বিভিন্ন ডিজাইনৰ কাপোৰ । প্ৰাকৃতিকভাৱে পোৱা গছৰ পাত, ফুল আদি পাট বা খাদীৰ কাপোৰত বহুৱাই প্ৰাকৃতিক ভাৱেই তেওঁ কাপোৰত ডিজাইন কৰে । তেওঁৰ নাম হৈছে সংঘমিত্ৰা কলিতা । NIFT (National Institute of Fashion Technology) ৰ পৰা স্নাতক বৰুৱাই ইন্দোনেছিয়াত Eco Printing ৰ কৌশল শিকিছিল। বৰ্তমান তেওঁ ECONIC নামৰ এটা কাপোৰৰ ব্ৰেণ্ডৰ Co Founder । চাওঁক তেওঁৰ সবিশেষ ।