newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কেইবা লাখ টকাৰ সু-উচ্চ দুৰ্গা প্ৰতিমা তৈয়াৰ কৰাত ব্যস্ত মহানগৰীৰ মৃৎ শিল্পী

Darshana Borah , September 20, 2024
Spread the love

কিছুদিনৰ পিছতেই ধৰালৈ আগমন ঘটিব দেৱী দুৰ্গাৰ । মাক আদৰিবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎ শিল্পীসকল । গুৱাহাটী মহানগৰীৰো বিভিন্ন প্ৰান্তত দেখা হৈছে প্ৰতিমা তৈয়াৰৰ ব্যস্ততা। মহানগৰীৰ বিষ্ণুপুৰস্থিত 'ৰূপাশ্ৰী মৃৎ শিল্প ' ৰ কাৰখানাতো দেখা গৈছে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি । স্বত্বাধিকাৰী নিৰ্মল পালে বিজনেছ নৰ্থ ইষ্টৰ আগত কয় যে কেৱল অসমৰে নহয় কলিকতাৰ পৰা শিল্পী আহিও মৃন্ময় মূৰ্তি বনোৱাত সহায় কৰিছেহি । উল্লেখযোগ্য যে ৫০ হাজাৰৰ পৰা ২ লাখলৈকে উঠিছে সুজ্জিত প্ৰতিমাৰ মূল্য । চাওঁক এই প্ৰতিবেদন ।