newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অসমৰ চাহ বাগিছাৰ স্বাস্থ্য সেৱা উন্নত কৰিবলৈ চুক্তিপত্ৰত স্বাক্ষৰ

BNE News Desk , January 23, 2025
Spread the love
Share on Twitter


অসমৰ ৩৫৪খন চাহ বাগিছাৰ হস্পিতালত আয়ুষ্মান আৰোগ্য মন্দিৰৰ সুবিধাসমূহ উন্নীত কৰাৰ বাবে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰা হয়। স্বাস্থ্য সেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠান জনতা ভৱনৰ আই ব্লকত অনুষ্ঠিত হয়। অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী অশোক সিংঘল, মন্ত্ৰী ৰূপেশ গোৱালা আৰু কেইবাজনো বিধায়ক উপস্থিত থাকে। বিভিন্ন জিলাৰ উপায়ুক্তসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ALSO READ: মহাকুম্ভত মহাপ্ৰসাদ বিতৰণ কৰে সুধা মূৰ্তিয়ে, উপভোগ কৰিবলৈ ভক্তৰ ভিৰ