newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

২০২৫-২৬ বিত্তীয় বর্ষত অসমৰ বাবে ৭০,২৮৪.৭৮ কোটি টকাৰ ঋণৰ সম্ভাৱনা NABARD ৰ

Darshana Borah , January 4, 2025
Spread the love
Share on Twitter


যোৱা ৩ জানুৱাৰীত অনুষ্ঠিত ৰাজ্যিক ঋণ আলোচনা চক্ৰত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে অসমৰ বাবে ৭০,২৮৪.৭৮ কোটি টকাৰ ঋণৰ সম্ভাৱনা ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়নৰ (NABARD) । যি বাকী বছৰসমূহৰ তুলনাত ৫২.৯৪% । মুঠ প্ৰকল্পত ঋণ সম্ভাৱনাৰ ভিতৰত ২৪৩২১.৯৭ কোটি টকা পৰ্যন্ত কৃষি আৰু সংশ্লিষ্ট কাৰ্যকলাপৰ দিশত । ইয়াৰ উপৰিও MSME খণ্ডৰ দিশত ৩৯৭৪৪.৯২ কোটি টকাৰ ঋণৰ সম্ভাৱনা প্ৰকল্প কৰা হৈছে । আনহাতে অন্যান্য অগ্ৰাধিকাৰ খণ্ড (OPS)ৰ বাবে ৬২১৭.৯০ কোটি টকাৰ ঋণৰ সম্ভাৱনা নিৰ্ধাৰণ কৰা হৈছে ।

অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা হস্ত তাঁত মন্ত্ৰী ইউ জি ব্ৰহ্ম , RBI ৰ বিষয়া, SBI গুৱাহাটী , জ্যেষ্ঠ বেংকাৰ আদিকে ধৰি কৃষি সমবায় সমিতিয়ে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানতে NABARD ৰ ষ্টেট ফ'কাচ পেপাৰ ২০২৫ মুকলি কৰা হয়। 

ALSO READ: Godrej Agrovet Launches Pride Hog Feed Range For Healthy Pig Farming
     
NABARD ৰ মুখ্য মহাপ্ৰবন্ধক শ্ৰী লো দাসে আদৰণি ভাষণত ভাৰতৰ কৃষি আৰু গ্ৰাম্য পৰিৱেশ ব্যৱস্থাক সক্ষম, শক্তিশালী আৰু সবলীকৰণৰ দিশত নাবাৰ্ডৰ ভূমিকাক আলোকপাত কৰে । 
   
বিজনেছ নৰ্থ ইষ্টৰ আগত তেওঁ কি কৈছিল শুনক ।