newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

Admissify ৰ বৃহৎ পদক্ষেপ ; কোটি টকা Scholarship লৈ বিদেশলৈ অসমৰ ছাত্ৰ-ছাত্ৰী

Darshana Borah , August 5, 2024
Spread the love

Admissify Edutech Pvt. Ltd. নামৰ এক Organisation য়ে আজিৰ পৰা প্ৰায় ৯ বছৰমান আগৰ পৰাই ছাত্ৰ-ছাত্ৰীক ভাৰতৰ বাহিৰৰ বিখ্যাত বিশ্ববিদ্যালয়লৈ স্কলাৰশ্বিপ লৈ পঢ়িবলৈ পঠাই আছে। ৭ লাখৰ পৰা ১ কোটি ২ লাখ টকালৈকৈ এইবাৰ Admissify ৰ জৰিয়তে Scholarship ৰ ব্যৱস্থা কৰা হৈছে । মেৰিটৰ ওপৰত ভিত্তি কৰি এই সুবিধা প্ৰদান কৰা হয়। University College London, London School of Economics, University College Dublin, The University of Manchester ৰ দৰে পৃথিৱী বিখ্যাত শিক্ষা প্ৰতিষ্ঠানত পঢ়াৰ সুবিধা লাভ কৰিছে অসমৰ লগতে উত্তৰ পূৱৰ বিভিন্ন শিক্ষাৰ্থীয়ে ।