newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

গুৱাহাটীত অনুষ্ঠিত হৈছে মহিলা কিষাণ দিৱস ২০২৪

Darshana Borah , October 16, 2024
Spread the love

গুৱাহাটীৰ খানাপাৰাস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে মহিলা কিষাণ দিৱস ২০২৪ । 

ৰাজ্য খনৰ লগতে উত্তৰ পূৱৰ বহু মহিলা কৃষক, কৃষি উদ্যমী উপস্থিত থকা এই অনুষ্ঠানটিত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ড: ৰাজুমণি বৰদলৈ-Director, Extension Education Institute (NE Region) ৰ লগতে অৰুণা ৰাজ'ৰীয়া IAS । 

এই অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূৱৰ কৃষিৰ লগত জৰিত বহু মহিলা উদ্যমীক বঁটা প্ৰদান কৰা হয়।