newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

দেশ বিভাজনৰ দুখৰ দিন সুঁৱৰি বিভাজন বিভীষিকাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

Darshana Borah , August 14, 2024
Spread the love

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি দিনৰ ৩ বজাত দিছপুৰস্থিত PWD Convention and Training Centre ত উপস্থিত হয় । বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে তেওঁ দেশ বিভাজনৰ ওপৰতো মন্তব্য কৰে ।