newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কৃষি বনানীকৰণত অধিক গুৰুত্ব দিয়া উচিত অসমৰ মহিলাই

Darshana Borah , October 16, 2024
Spread the love

ভাৰতৰ বাকী ৰাজ্যৰ তুলনাত অসমৰ লগতে উত্তৰ পুৱৰ মহিলাসকল আগবঢ়া। তেওঁলোকে অসম তথা ভাৰত চৰকাৰৰ পৰা পোৱা Fund ৰ জৰিয়তে কৃষি কৰ্মত আগবাঢ়ি যোৱা উচিত বুলি মন্তব্য কৰে ড: ৰাজুমণি বৰদলৈয়ে। চাওঁক এই প্ৰসঙ্গত তেওঁ আৰু কি কৈছিল ।