দাম কমিব সুৰাৰ । অসমত কাৰ্যকৰী হ'ব বিলাতী সুৰাৰ নতুন নিৰিখ । ১ ছেপ্টেম্বৰৰ পৰা সালসলনি হ'ব সুৰাৰ দাম । ৫% এলকহলযুক্ত ৬৫০ মিলিলিটাৰ বিয়েৰৰ দাম ২২ টকা হ্ৰাস ।
৫% ত কৈ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰ বিয়েৰৰ দাম ৩৪ টকা হ্ৰাস । ৭৫০ মিলিলিটাৰ ৰামত ১১৭ টকা হ্ৰাস ।
Regular ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰ হুইস্কি, জিনৰ দাম ১৪৪ টকাকৈ হ্ৰাস । Luxury ব্ৰেণ্ডৰ ৩৫০-৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডি , হুইস্কি, জিনৰ দাম ১৬৬ টকা হ্ৰাস । এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০-৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ব্ৰেণ্ডি , হুইস্কি, জিনৰ দাম হ্ৰাস ২১৪ টকাকৈ ।