newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

৫ লাখৰ পৰা ২৫ লাখলৈকে সাহাৰ্য লৈ খুলিব পাৰিব Start Up

Darshana Borah , October 29, 2024
Spread the love
Share on Twitter

আজিকালি দেখা যায় যে পূৰ্বতকৈ বৃদ্ধি পাইছে Start Up ৰ সংখ্যা । বিশেষকৈ উত্তৰ পূৱত পুৰুষৰ সমান্তৰালকৈ মহিলা উদ্যমীৰ সংখ্যাও বৃদ্ধি পাইছে । বেংক বা অন্য প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ তেওঁলোকে সৰু হ'লেও নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ আগবাঢ়ি আহিছে ।  

ALSO READ: টৰেণ্ট ফাৰ্মাৰ Q2 ৰ নিকা লাভ ১৭ শতাংশ বৃদ্ধি পাই ৪৫৩ কোটি টকা হৈছে

ইয়াৰ বাবে তেওঁলোকে STPI ৰ পৰা প্ৰথম অৱস্থাত ৫ লাখ আৰু কামটো সম্পূৰ্ণ হৈ উঠাৰ পূৰ্বে ২৫ লাখ টকা লাভ কৰিব পাৰে। তাৰোপৰি মহিলা উদ্যমী সকলে পুৰুষ সকলতকৈ কিছু পৰিমাণে ৰেহাইও লাভ কৰিব । 

এই সম্পৰ্কে বিতং ভাবে STPI ৰ এগৰাকী বিষয়াই কি কয় শুনো আহক ।