newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বিশ্বজিৎ ফুকনৰ নেতৃত্বত সৰুপথাৰ সমষ্টিত অব্যাহত উন্নয়নৰ ধাৰা ।

Darshana Borah , April 12, 2025
Spread the love
Share on Twitter

সমষ্টি উন্নয়নৰ এক গ্ৰাউণ্ড জিৰ ' ৰিপোৰ্টৰ বাবে বিজনেছ নৰ্থ ইষ্ট উপস্থিত হৈছিল গোলাঘাটৰ সৰুপথাৰ সমষ্টিত। পূৰ্বতে সৰুপথাৰ সমষ্টিৰ উন্নয়ন আছিল তেনেই শোচনীয়। বিধস্ত বাট- পথত অতিষ্ট হৈছিল সৰুপথাৰৰ ৰাইজ।  

কিন্তু বৰ্তমানৰ বিধায়ক গৰাকীৰ তৎপৰতাত সৰুপথাৰে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে । সমষ্টিটোৰ ৰাইজৰ মন্তব্য অনুসৰি তেওঁলোক বিধায়কগৰাকীৰ কাম -কাজত যথেষ্ট সন্তুষ্ট। 

পকী ৰাস্তা-ঘাট , আবৰ্ত ভৱন, ৰংঘৰ প্ৰেক্ষাগৃহ নিৰ্মাণকে আদি কৰি সৰুপথাৰত অব্যাহত আছে উন্নয়নৰ ধাৰা। চাওঁক এক এক্সক্লুচিভ প্ৰতিবেদন ।