newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অসমৰ মহিলা উদ্যমী প্ৰিয়াক্ষী বুঢ়াগোহাঁই হাজৰিকাই পেচাক ৰূপান্তৰিত কৰিলে লাভলৈ

Radhika Daimary , October 18, 2024
Spread the love

প্ৰিয়াক্ষী বুঢ়াগোহাঁই হাজৰিকা বিগত ১০ বছৰে বেকাৰী আৰু আচাৰ তৈয়াৰ কৰাত মনোনিৱেশ কৰা ক্ষুদ্ৰ ব্যৱসায় সৃষ্টি এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক।

কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাটৰ সৈতে সংযোগ স্থাপনৰ পূৰ্বে কৃষি আৰু পশুধনৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষত। বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে খাদ্য প্ৰক্ৰিয়াকৰণৰ দক্ষতা আহৰণ কৰি বাজৰা ভিত্তিক সামগ্ৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ বাৰ্ষিক উপাৰ্জন এতিয়া ৯.৫ লাখ।

ALSO READ: কৃষি বনানীকৰণত অধিক গুৰুত্ব দিয়া উচিত অসমৰ মহিলাই


শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিজানৰ বাবে নিৰ্বাচিত হৈ চৰকাৰী অনুদান লাভ কৰি বৰ্তমান ২০ জনীয়া কৰ্মচাৰীৰ এটা দলৰ নেতৃত্ব দি আছে তেওঁ।