 
                         
                            
                            
                                 
                            
                        
                        বিজনেছ নৰ্থ ইষ্টৰ এক এক্সক্লুচিভ সাক্ষাৎকাৰত  Northa East Frontier Railway ৰ জেনেৰেল মেনেজাৰ Chetan Kumar Shrivastava য়ে ৰে'ল বিভাগৰ ওপৰত বহু কেইটা গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰে । 
তেওঁ কয় যে , শীঘ্ৰেই নতুনকৈ নিৰ্মাণ হ'ব মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা সংযোগী ৰে'ল লাইন । 
ইয়াৰ লগতে লামডিং- বদৰপুৰ সংযোগী ৰে'ল পথৰ সম্প্ৰসাৰণৰ কথাও তেওঁ কয় । ইয়াৰ উপৰিও বন্দে ভাৰত, ৰাজধানী এক্সপ্ৰেছৰ বিষয়েও তেওঁ বহু কেইটা মন্তব্য কৰে । চাওঁক এই বিশেষ প্ৰতিবেদন ।
ALSO READ: অন্নপূৰ্ণা ফাইনেন্সে বহুপক্ষীয় ইচিবিৰ লেনদেনৰ জৰিয়তে ১০৯.৫ মিলিয়ন মাৰ্কিন ডলাৰৰ পুঁজি লাভ কৰে