খানাপাৰাত অনুষ্ঠিত হৈ থকা পূৰ্বোত্তৰ আদি মহোৎসৱ কেন্দ্ৰৰ জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুয়েল ওৰমে শুভাৰম্ভ কৰে ।
ট্ৰাইফেডৰ উদ্যোগত আয়োজিত এই মহোৎসৱত ভাগ লৈ অসম চৰকাৰৰ শিক্ষা তথা জনজাতীয় উন্নয়ন মন্ত্ৰী ড: ৰনোজ পেগুয়ে কয় যে ট্ৰাইফেডৰ উদ্দেশ্য হ'ল জনজাতীয় লোকসকলৰ কৃষ্টি, সংস্কৃতি, হস্ত শিল্প, বস্ত্ৰ শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা ।
ALSO READ: ১২৩ একৰ টাউনশ্বিপৰ প্ৰথম পৰ্যায়ত ২,৮৫১ কোটি টকা বিনিয়োগ কৰিব অপৰ্ণা কনষ্ট্ৰাকচনে
ইয়াৰ উপৰিও মন্ত্ৰী দুৰ্গদাস উইককে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।