newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

NERAMAC ৰ উদ্যোগত নেডফি হাটত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে 'Promotion of Milets in India'

Darshana Borah , September 11, 2024
Spread the love
Share on Twitter

যোৱা ১০ আৰু ১১ ছেপ্টেম্বৰত মহানগৰীৰ নেডফি হাটত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে 'Promotion of Milets in India' । NERAMAC ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মিলেটৰ উপকাৰিতা, ব্যৱহাৰৰ ওপৰত সজাগতা সৃষ্টি কৰা হয়। এই অনুষ্ঠানত বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে । ইয়াৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ বহু কেইজন খেতিয়কে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । NERAMAC ৰ MD ক'মডৰ ৰাজীৱ অশোকে আদৰণী ভাষণৰে অনুষ্ঠানৰ আৰম্ভনি কৰে ।