newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ব্যৱসায়ী সকলৰ বাবে সু-খবৰ।পাট-মুগাৰ অত্যাধুনিক কাপোৰে ভৰি পৰিছে Nedfi ত হৈ থকা SIDBI-স্বাৱলম্বন মেলা

Darshana Borah , June 15, 2024
Spread the love

১৪ জুনৰ পৰা ১৮ জুনলৈকে দিশপুৰ নেডফি কনভেচন চেন্টাৰত অনুষ্ঠিত হৈছে SIDBI- স্বাৱলম্বন মেলা । অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী শিপিনীয়ে অংশগ্ৰহণ কৰা এই মেলাত বহু কেইখন পাট-মুগাৰ বিপনী দেখিবলৈ পোৱা যায় য'ত শিপিনীসকলে নিজ হাতে বোৱা বিভিন্ন কাপোৰ ইয়াত বিক্ৰী কৰিবলৈ লৈ আনিছে। চাওঁক এই প্ৰতিবেদন ।

ALSO READ: 2 lakh in Assam apply for PM Surya Ghar Yojana