newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

শিপিনী আৰু উদ্যমীসকলৰ বাবে বজাৰ সংযোগ স্থাপন কৰি উত্তৰ-পূৱৰ স্থানীয় অৰ্থনীতি বিকাশ কৰিছে NEDFi য়ে

Darshana Borah , December 23, 2024
Spread the love
Share on Twitter


ইখনৰ পিছত সিখনকৈ হস্ত তাঁত আৰু হস্ত শিল্প মেলা অনুষ্ঠিত কৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ থলুৱা উদ্যমীসকলক আৰ্থিকভাৱে টনকিয়াল কৰিছে NEDFi য়ে ।

মহানগৰীৰ ৰূপনগৰৰ নেডফি ভৱনত অনুষ্ঠিত হৈছে ফুড এণ্ড ক্ৰাফট মেলা ।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ শিপিনীসকলৰ হাতৰ বিভিন্ন সামগ্ৰী এই মেলাত উপলব্ধ হৈছে । ইয়াৰ উপৰিও বিভিন্ন থলুৱা খাদ্য সম্ভাৰৰ বিপনীত জনজাতীয় খাদ্য, থলুৱা পানীয়ৰ সোৱাদ ল'বলৈ ভিৰ কৰিছে জনতাই । নেডফিৰ কৰ্ম কৰ্তাই কি কয় শুনো আহক ।

ALSO READ: এইবাৰ আই পি অ’ বজাৰত অভিলেখ , ১.৬ লাখ কোটি টকা সংগ্ৰহ কৰিছিল ৯০টা কোম্পানীয়ে