NABARD ৰ Chief General Manager লোকেন দাসে গ্ৰাম্য, কৃষি, হস্তশিল্পৰ অৰ্থনীতি বিকাশৰ উদ্দেশ্যে বহু কেইটা পদক্ষেপ হাতত লৈছে ।
বিজনেছ নৰ্থ ইষ্টৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে কৃষি, গ্ৰাম্য অৰ্থনীতি, হস্ত তাঁত আৰু হস্তশিল্পৰ উন্নয়নৰ বাবে আৰু থলুৱা শিপিনী সকলৰ আৰ্থিক উন্নয়নৰ বাবে কাম কৰি থকা হৈছে ।
ইয়াৰ উপৰিও তেওঁ GI Tag ৰ ওপৰতো বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । চাওঁক এই বিশেষ প্ৰতিবেদন ।