newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

এড়ীৰ জৰিয়তে হস্ত তাঁতৰ ব্যৱসায়ত সফল ব্যৱসায়ী, মডেল কিৰণ বড়ো

Darshana Borah , October 8, 2024
Spread the love

এগৰাকী বিশেষ মহিলা, নাম কিৰণ বড়ো। মডেলিং জগত খনটো তেওঁ সু-প্ৰতিষ্ঠিত। ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বৰ বহু কেইখন দেশত মডেলিংৰ ক্ষেত্ৰত নাম উজ্বলাবলৈ সক্ষম হোৱা কিৰণ বড়ো মহিলাসকলক লগত লৈ তেওঁলোকক অৰ্থনৈতিকভাৱে সফল কৰিবলৈ বহু কাম কৰি আছে। চাওঁক এই প্ৰতিবেদন