newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

মুখ্য নিৰ্বাচনী বিষয়া, অসমৰ কাৰ্যালয়ত আহি উপস্থিত দুজন বিশেষ অতিথি । কোন সেই দুজন জানো আহক

Darshana Borah , September 16, 2024
Spread the love

মুখ্য নিৰ্বাচনী বিষয়া, অসমৰ কাৰ্যালয়ত ১৩ ছেপ্টেম্বৰত 'লাৰু আৰু পিঠা ' ৰ দুটা প্ৰতীক চিহ্ন উদ্বোধন কৰা হয়। এই লাৰু আৰু পিঠাৰ পৰাই এতিয়াৰ পৰা নিৰ্বাচন সম্পৰ্কে সকলো তথ্য জানিব পাৰিব সকলোৱে । এই অনুষ্ঠান উদ্বোধন কৰে Anurag Goel, IAS, Principal Secretary to the Govt of Assam, Election Department & Chief Electoral Officer য়ে। ইয়াৰ উপৰিও Jimlee Saikia Kakoty , Deputy Secretary to the Govt of Assam, Election Department & Joint Chief Electoral Officer য়েও এই সম্পৰ্কত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।