newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

নিখুঁত প্ৰিণ্টিং, উচ্চ গুণগত মান আৰু স্মাৰ্ট প্ৰিণ্টিঙৰ জৰিয়তে ব্যৱসায়ীকভাৱে সফল হৈছে ‘লটি ঘটি‘

BNE News Desk , July 18, 2024
Spread the love

কাপোৰ প্ৰিণ্টিং তথা ডিজিটেল প্ৰিণ্টিঙৰ জৰিয়তে নিজৰ ব্যৱসায় সফল কৰি তুলিছে লক্ষীনাথ হীৰাই। মৰিগাঁৱৰ যুৱক লক্ষীনাথ হীৰাই আজিৰ পৰা প্ৰায় ৯ বছৰৰ আগতে গুৱাহাটী মহানগৰীত আৰম্ভ কৰিছিল ' লটিঘটি ' নামৰ এক প্ৰিণ্টিং ষ্টাৰ্ট আপ । ইয়াত বিভিন্ন ধৰণৰ টি শ্বাৰ্ট, কাপ আদিৰ ডিজাইন বনোৱা হয় য'ত আপুনিও মন পছন্দৰ শব্দ বা এটা বাক্য লিখি পিন্ধিব পাৰে । বিভিন্ন ধৰণৰ ছবিৰ প্ৰচাৰৰ সময়টো আমি দেখিবলৈ পাওঁ ছবিৰ নামটোৰ লগতে ' লটি ঘটি ' নাম খোদিত বিভিন্ন ধৰণৰ টি শ্বাৰ্ট পিন্ধি অভিনেতা অভিনেত্ৰীয়ে ছবিৰ প্ৰচাৰ কৰা । ইয়াৰ উপৰিও কলেজ, বিশ্ববিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান আৰু হোষ্টেল সমূহতো সমূহীয়াকৈ হোষ্টেলৰ নাম আদি শব্দ খোদিত কৰি পিন্ধা বিভিন্ন কাপোৰ । যি সমূহ এই লটি ঘটি দ্বাৰা তৈয়াৰ কৰা হয়। চাওঁক এই প্ৰতিবেদন ।