newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

চিনেমা উদ্যোগৰ বাবে ভাল খবৰ : ছবিগৃহলৈ আহি আছে আঞ্চলিক ভাষাৰ চিনেমা 'Gorai Phakhri '

Darshana Borah , June 7, 2024
Spread the love

অহা ১৪ জুনত মুক্তি পাব বড়ো ভাষাত নিৰ্মিত ছবি 'গৰাই ফাক্ৰি ' । পৰিচালক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী ৰাজনী বসুমতাৰীয়ে বিজনেছ নর্থইষ্টৰ আগত জনোৱা মতে আঞ্চলিক ভাষাত নিৰ্মিত এইখন ছবিত পুৰুষ চৰিত্ৰ নাই । কেৱল নাৰী চৰিত্ৰই অভিনয় কৰিছে এইখন চিনেমাত । উল্লেখযোগ্য যে অভিনেত্ৰী ৰাজনী বসুমতাৰীয়ে ইয়াৰ পূৰ্বে মণিপুৰৰ বক্সাৰ মেৰী কমৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি 'মেৰী কমৰ ' মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি গৰাই ফাক্ৰিত অভিনয় কৰিছে অঞ্জলি বসুমতাৰীয়ে । চাওঁক এই প্ৰতিবেদন.

ALSO READ: Wipro secures $500 million deal with US-based communication service provider