newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

গুৱাহাটীত খেল মহাৰণ ২.০

Darshana Borah , February 14, 2025
Spread the love
Share on Twitter


গুৱাহাটীত অনুষ্ঠিত হৈ আছে খেল মহাৰণ। খেল মহাৰণৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাকে আদি কৰি বহু জ্যেষ্ঠ বিষয়াই ।

অতুল বৰাই খেল মহাৰণৰ গুৰুত্ব সম্পৰ্কে বহু গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়ায়।