এজন ব্যক্তিৰ একোটা মূহুৰ্তত একাপ চাহৰ কিমান প্ৰয়োজন হয় তেওঁতকৈ বেছি হয়টো কোনেও অনুভৱ কৰিব নোৱাৰে । দিনটোৰ কৰ্ম ব্যস্ততাৰ মাজে মাজে একাপ চাহে ক্লান্তি দূৰ কৰে । আজি International Tea Day ।
বিজনেছ নৰ্থইষ্টে এনেকুৱা এখন টি ষ্টলত গৈ উপস্থিত হৈছিল য'ত বিশেষভাৱে সক্ষম কেইগৰাকীমান ব্যক্তিৰ হাতেৰে আপুনি লাভ কৰিব একাপ সুস্বাদু চাহ। আপোনাৰ হাতৰ আঙুলিৰ ভংগিমাত তেওঁলোকে বুজিব আপোনাৰ মনৰ কথা । আপোনাৰ পৰা অৰ্ডাৰ ল'ব, খাদ্য যোগান ধৰিব আৰু আপুনি বিল দিব কেৱল হাতৰ ভংগিমাৰে । চাওঁক এই প্ৰতিবেদন।
ALSO READ: Reliance seeks access to jet fuel pipelines, storages of PSU oil firms