মঙলবাৰে হাউছিং এণ্ড আৰ্বান ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডৰ ছেপ্টেম্বৰ ত্ৰৈমাসিৰ সমন্বিত নিকা লাভ ৫২ শতাংশ বৃদ্ধি পাই ৬৮৮.৬২ কোটি টকা হয়।
এবছৰৰ আগৰ সময়ছোৱাত ইয়াৰ নিকা লাভ ৪৫১.৬৫ কোটি টকা।
ৰেগুলেটৰী ফাইলিঙত প্ৰকাশ পোৱা মতে, পূৰ্বৰ বৰ্ষৰ সংশ্লিষ্ট সময়ছোৱাত কোম্পানীটোৰ মুঠ আয় ১৮৮০.৮৫ কোটি টকাৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ২৫২৬.১৪ কোটি টকালৈ বৃদ্ধি পাইছে।
হাউছিং এণ্ড আৰ্বান ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড (HUDCO) হৈছে গৃহ নিৰ্মাণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে টেকন’-ফাইনেন্সিঙৰ বিশেষজ্ঞ ৰাজহুৱা খণ্ডৰ এক আগশাৰীৰ