newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আহি আছে ধনতেৰাছ! কিমান কমিছে সোণৰ দাম চাওঁ আহক

Darshana Borah , October 23, 2024
Spread the love

ক্ৰমাৎ বৃদ্ধি পাইছে সোণৰ দাম । উৎসৱৰ বতৰত আকাশ চুইছে সোণৰ দামে । 

গুৱাহাটী মহানগৰীত প্ৰতি ১০ গ্ৰাম সোণৰ দাম প্ৰায় ৮০০০০ টকা । বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মানিক চান্দ জুয়েলাৰ্ছৰ মেনেজাৰ সাগৰ সিনহাই কয় যে মধ্য প্ৰাচ্যত হৈ থকা যুদ্ধকালীন অৰাজকতাই দাম বৃদ্ধিৰ প্ৰধান কাৰণ ।

তেওঁ লগতে কয় যে ২০ অক্টোবৰত আহি থকা ধনতেৰাছৰ সময়তো সোণৰ দাম কমাৰ কোনো লক্ষণ নাই । চাওঁক এই বিশেষ প্ৰতিবেদন ।

ALSO READ: বেদান্ত ৰিচ’ৰ্ছে টেপ ইছ্যুৰ জৰিয়তে ৩০০ মিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ কৰে