newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

৭০ কোটি ৯৫ লাখ টকা Operating Profile ৰে অভিলেখ এপেক্স বেংকৰ

Darshana Borah , April 9, 2025
Spread the love
Share on Twitter

সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা অসম সমবায় এপেক্স বেংকৰ চেয়াৰমেন বিশ্বজিৎ ফুকনে এপেক্স বেংকৰ দীঘলীয়া যাত্ৰাৰ প্ৰসংগত বিজনেছ নৰ্থ ইষ্টৰ আগত বহু তথ্য দাঙি ধৰে । ২০২৪-২৫ বিত্তীয় বর্ষত এপেক্স বেংকৰ Operating Profit ৭০ কোটি ৯৫ লাখ টকাৰে অভিলেখ ভংগ হৈছে । 


ইয়াৰ উপৰিও এপেক্স বেংকৰ নিবিদা কিদৰে নিৰ্ধাৰণ হয় এই বিষয়েও বিশ্বজিৎ ফুকনে বৰ্ণনা কৰে । ইয়াৰ উপৰিও এপেক্স বেংকৰ পৰীক্ষা পদ্ধতিৰ কথাও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে APSC, ADRE ৰ দৰেই এপেক্স বেংকে সম্পূৰ্ণ নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰি আহিছে । 

আৰু এইবাৰ ২৫০ জন যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও এপেক্স বেংক সম্পৰ্কে তেওঁ আৰু বহু কেইটা গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে । চাওঁক এই বিশেষ প্ৰতিবেদন ।

ALSO READ: মাত্ৰ ৩ মাহত ইলন মাস্কে হেৰুৱালে ১১৬ বিলিয়ন ডলাৰ , এইটোৱেই তেওঁৰ হাতত বাকী থকা একমাত্ৰ সম্পদ