newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বিভিন্ন ৰং- বিৰঙৰ সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ হোলীৰ বজাৰ

Darshana Borah , March 23, 2024
Spread the love
Share on Twitter

গুৱাহাটী:  ফাগুন বুলি ক'লেই ৰঙৰ বতৰ । ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাথো এটা দিন।  বিভিন্ন ধৰণৰ ৰং - বিৰঙৰ সামগ্রীৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ । সন্তানক লগত লৈ সকলো লোক ওলাই আহিছে হোলীৰ সামগ্ৰী কিনিবলৈ। মহাৰজা, AK 40 কে আদি কৰি বিভিন্ন ধৰণৰ হোলীৰে ভৰি পৰিছে বজাৰ। দোকানীসকলক সোধা প্ৰশ্নত তেওঁলোকে কয় যে পূৰ্বতকৈ বৃদ্ধি পাইছে গ্ৰাহকৰ সংখ্যা ।

লগতে বিক্ৰীৰ হাৰো পূৰ্বতকৈ ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে।  চাওঁক বিজনেছ নৰ্থইষ্টৰ এক এক্সক্লুচিভ প্ৰতিবেদন ।