মহানগৰীৰ নেডফি হাটত অনুষ্ঠিত হৈছে এক বিশেষ Conclave। হস্ত তাঁত আৰু হস্ত শিল্পৰ বাবে বহু কাম কৰি আছে NEDFi য়ে । World Bank ৰ পৰা পোৱা টকাৰ জৰিয়তে অসমৰ ১০ খন জিলাত হস্ত তাঁতৰ ওপৰত কাম কৰি থকা হৈছে। শিৱসাগৰ, চৰাইদেউ, শোণিতপুৰ, বিশ্বনাথ, কামৰূপকে ধৰি অসমৰ ১০ খন জিলাত Cluster System ত শিপিনীসকলৰ বিশেষ প্ৰশিক্ষণৰো ব্যবস্থা কৰা হৈছে । চাওঁক এই প্ৰতিবেদন.
ALSO READ: Assam's Cotton University withdraws decision to lease property