newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কোটি টকা উপাৰ্জনৰে বিদেশতো সমাদৰ লাভ ' হেৰিটেজ খৰিকা' ৰ

Darshana Borah , March 21, 2024
Spread the love
Share on Twitter

গুৱাহাটী: কোটি টকা উপাৰ্জনৰে বিদেশতো সমাদৰ লাভ ' হেৰিটেজ খৰিকা' ৰ

গুৱাহাটী মহানগৰীৰ থলুৱা খাদ্যৰ বাবে জনপ্ৰিয় এখন ৰেস্তোৰাঁ হৈছে হেৰিটেজ খাৰিকা । কেৱল অসমতে নহয় দেশৰ লগতে বিদেশৰ খাদ্যটো যোগ হৈছে খৰিকাৰ থলুৱা আহাৰ। খাৰ, মাটিমাহৰ , পানীটেঙাৰ পৰা আদি কৰি সকলো উপলব্ধ খাৰিকাত। স্বত্বাধিকাৰী অতুল লহকৰে বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ২০০৭ চনত স্থাপন কৰা খৰিকাত খৰচ হৈছিল প্ৰায় ২০ লাখ টকা । এতিয়া হেৰিটেজ খৰিকাৰ টাৰ্ণ অভাৰ প্ৰায় ২ কোটি টকা । কেৱল সেইয়াই নহয় খৰিকাৰ যোগেদি কৰ্ম সংস্থাপন লাভ কৰি আছে বহু অসমীয়া যুৱকে । তেওঁ কয় যে কিবা এটা কাম কৰাৰ আগতে সেই কামটোৰ উপৰত গৱেষণা কৰি লোৱা অতিকৈ প্ৰয়োজন । চাওঁক এই বিশেষ প্ৰতিবেদন।

ALSO READ: ভাৰতৰ মাৰ্চ মাহৰ অৰ্থনৈতিক কাৰ্যকলাপ আঠ মাহৰ ভিতৰত আটাইতকৈ শক্তিশালী