উত্তৰ পূবৰ ৮ খন ৰাজ্যৰ হস্ত শিল্পৰ বিভিন্ন সামগ্ৰীৰে জিলিকি উঠিছে ' পূৰ্বাশ্ৰী '।
অসম, মণিপুৰ, নাগালেণ্ডকে আদি কৰি বহু কেইখন ৰাজ্যৰ শিপিনী সকলে নিজ হাতেৰে বোৱা এড়ী, মুগাৰ বিভিন্ন কাপোৰ, বাঁহ বেতেৰে নিজ হাতেৰে বনোৱা বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে প্ৰতিষ্ঠান খন ।
সোমবাৰে গুৱাহাটী মহানগৰীৰ আমবাৰীত নতুনকৈ মুকলি কৰা হৈছে পূৰ্বাশ্ৰীৰ নতুন বিপনী ।
Copyright © 2025 Business Northeast. All Rights Reserved
Developed By Novo Computing