newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

Pollution Control Board Assam ৰ সহযোগত Hulladek ৰ কি এই বিশেষ পদক্ষেপ চাওঁ আহক

Darshana Borah , September 26, 2024
Spread the love

যোৱা ২৫ ছেপ্টেম্বৰত মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত হোটেল এৰিষ্টাত Hulladek Recycling Private Limited য়ে Pollution Control Board Assam ৰ সহযোগত এক অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে Pollution Control Board Assam ৰ Chairman অৰূপ কুমাৰ মিশ্ৰ । 

তেখেতে প্ৰদুষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । তেখেতে E-Waste আৰু DND ৰ ওপৰতো আলোচনা কৰে । 

ইয়াৰ উপৰি Hulladek Recycling ৰ Founder & CMD নন্দন মালে প্ৰদুষণ কম কৰিব পৰা বহুত কেইটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত ভাষণ প্ৰদান কৰে ।