newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

'Roohani' ৰ জৰিয়তে ব্যৱসায়ত আগবাঢ়িছে মাষ্টাৰচেফ নয়ণজ্যোতি শইকীয়া

Darshana Borah , September 27, 2024
Spread the love

MasterChef India 2023 ৰ বিজয়ী নয়ণজ্যোতি শইকীয়াক নিশ্চয় মনত আছে আপোনাৰ? নিজৰ সুস্বাদু ৰন্ধন প্ৰক্ৰিয়াৰ যোগেদি অসমৰ লগতে সমগ্ৰ দেশৰে খাদ্য ৰসিকসকলৰ মন জয় কৰিবলৈ তেওঁ সক্ষম হৈছিল । যোৱা ৭ ছেপ্টেম্বৰত গুৱাহাটী মহানগৰীৰ চেণ্ট্ৰেল মলত 'Roohani' নামেৰে এক ব্যতিক্ৰম ৰেস্তোৰাঁ তেওঁ মুকলি কৰে । মাষ্টাৰ চেফ নয়ণজ্যোতি শইকীয়াৰ সৈতে হোৱা বিজনেছ নৰ্থ ইষ্টৰ এক সাক্ষৎকাৰত তেওঁ উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যৰ থলুৱা খাদ্য সম্ভাৰসমূহক কেনেকৈ নিজৰ মতে প্ৰস্তুত কৰিব পাৰিব এই বিষয়ে বহু কথা জানিবলৈ দিয়ে । লগতে অসমৰ খাদ্যক লৈ তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও তেওঁ জনায়।